কিট’ আহাৰ আৰু তেজৰ কৰ্কট

পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত দেখা গৈছে যে কিট’ আহৰে তেজৰ কৰ্কট ৰোগৰ চিকিৎসাত CAR-T চেল থেৰাপীৰ ফলপ্ৰসূতা বৃদ্ধি কৰে READ MORE মেদবহুলতাৰ ফলত হোৱা...

ভাৰতীয় বিজ্ঞানীয়ে হিমোফিলিয়াৰ বাবে নতুন জিন থেৰাপী চিকিৎসা প্ৰস্তুত কৰিছে

ভাৰতৰ বিজ্ঞানীসকলে গুৰুতৰ হিমোফিলিয়া এৰ চিকিৎসাৰ বাবে জিন থেৰাপী ব্যৱহাৰ কৰি সফলতা লাভ কৰা বুলি প্ৰকাশ কৰিছে, যিটো জিনৰ ত্ৰুটিৰ ফলত হোৱা বিৰল বংশগত এক ৰোগ  যিয়ে গুৰুতৰ, স্বতঃস্ফূৰ্ত আৰু  মাৰাত্মক ৰক্তক্ষৰণৰ সৃষ্টি কৰে। ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজৰ চেণ্টাৰ ফৰ ষ্টেম...

ভাৰতবৰ্ষত মেলেৰীয়াৰ প্ৰাদুৰ্ভৱ ৬৯ শতাংশ কমিছে: বিস্ব সাস্থ্য সংস্থা

২০১৭ৰ পাছত ভাৰতবৰ্ষত মেলেৰীয়াৰ প্ৰাদুৰ্ভাৱ ৬৯ শতাংশ কমিছে: বিস্ব সাস্থ্য সংস্থাৰ শেহতীয়া তথ্যত এই কথা প্ৰকাশিত হৈছে।   বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়া অঞ্চলে বিশ্বজুৰি মেলেৰিয়া ৰোগীৰ বোজাৰ প্ৰায় ১.৫% অৰিহণা যোগায় আৰু ২০২৩ চনত ভাৰতে আনুমানিক সকলো...
ওজন কমোৱাৰ  ৭ টা টিপছ

ওজন কমোৱাৰ ৭ টা টিপছ

সুষম জীৱনশৈলী আৰু পুষ্টিকৰ খাদ্য স্বাস্থ্যসন্মত জীৱন আৰু উন্নত ওজন ব্যৱস্থাপনাৰ মূল চাবিকাঠি। ওজন কমাবলৈ কিছুমান টিপছ হ’ল নিয়মিতভাৱে ব্যায়াম কৰা, সামাজিক সহায় বিচৰা, খাদ্য আৰু ওজন ডায়েৰী ৰখা। এই লেখাটোত ওজন নিয়ন্ত্ৰণৰ বাবে 7 টা টিপছ দিয়া হৈছে। ১) বিভিন্ন ধৰণৰ,...
মেদবহুলতাৰ ফলত হোৱা ক্ষতিসমুহ

মেদবহুলতাৰ ফলত হোৱা ক্ষতিসমুহ

মেদবহুলতাৰ ফলত হোৱা ক্ষতিসমুহঃ মেদবহুলতাৰ ফলত আমাৰ শাৰীৰিক,মানসিক,আৰ্থিক আৰু সামাজিক সকলো ফালৰ পৰাই ভয়ংকৰ ক্ষতি হ’য়। ইয়াৰ কুফল সুদুৰপ্ৰসাৰী আৰু ই আন বহু ৰোগ যেনে মধুমেহ, উচ্চৰক্তচাপ,হৃদৰোগ আদিৰ লগত ওতঃপ্ৰতঃ ভাবে জৰিত। ৰ) মেদবহুলতাৰ পৰা হোৱা শাৰীৰিক কুফলবিলাকঃ ক)...
হাৰ্ট এটাক  হোৱাৰ আগতে আপোনাৰ শৰীৰে কিছু ইংগিত দিয়ে

হাৰ্ট এটাক হোৱাৰ আগতে আপোনাৰ শৰীৰে কিছু ইংগিত দিয়ে

হাৰ্ট এটাক হোৱাৰ   আগতে আপোনাৰ শৰীৰে কিছু ইংগিত দিয়ে। সেইবোৰ চিনাক্ত কৰিলে মাৰাত্মক পৰিস্থিতিৰ সম্ভাৱনা প্ৰতিহত কৰিব পাৰে।   হৃদযন্ত্ৰৰ আক্ৰমণ হোৱাৰ আগতে আপোনাৰ শৰীৰে কিছু ইংগিত দিয়ে। সেইবোৰ চিনাক্ত কৰিলে মাৰাত্মক পৰিস্থিতিৰ সম্ভাৱনা প্ৰতিহত কৰিব পাৰে। বিগ বছ...
মেদবহুলতাৰ ফলত হোৱা ক্ষতিসমুহ

মেদবহুলতা মানে কি?

মেদবহুলতাৰ সজ্ঞা কি? কেনেকৈ জানিম যে আমি মেদবহুল নে অতিৰিক্ত ওজনৰ ব্যক্তি নে নৰ্মেল? সাধাৰণতে ২ ধৰণৰ সূচকৰ দ্বাৰা ইয়াৰ সজ্ঞা নিৰুপণ কৰা যায়ঃ ১) বি.এম.আই (BMI) বা Body Mass Index মানে হ’ল মানুহ এজনৰ ওজন আৰু উচ্চতাৰ অনুপাত। সাধাৰণতে বি.এম.আই ১৮. ১ পৰা ২৪.৯ ভিতৰত...
মধুমেহৰ বিষয়ে থকা ১২ টা ভ্ৰান্ত ধাৰণা

মধুমেহৰ বিষয়ে থকা ১২ টা ভ্ৰান্ত ধাৰণা

১) মধুমেহৰ দৰৱ লোৱাৰ পাছত (মুখেৰে খোৱায়েই হওক বা ইনচুলিন বেজীয়েই হওক)খোৱাৰ ক্ষেত্ৰত আৰু কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিব নালাগে।।— একেবাৰে ভুল। দৰৱ লোৱাৰ লগতে খাদ্য নিয়ন্ত্ৰণ আৰু নিয়মিত ব্যায়াম অত্যন্ত জৰুৰী।2) তিতা বা টেঙা খালে চুগাৰ নিয়ন্ত্ৰণ হয়।— নহয়, তিতা বা...

এট’পিক মাৰ্চ–শৈশৱৰ পৰা প্ৰাপ্তবয়স্কলৈ এলাৰ্জিৰ এক অবিৰত যাত্ৰা

  বিস্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া তথ্য অনুসৰি বিস্বৰ ৩০ পৰা ৪০ শতাংশ মানুহেই কিবা নহয় কিবা এলৰ্জিত ভোগে আৰু এই পৰিসংখা দিনক দিনে বাঢ়ি আহিছে। বিগত দশকটোত শিশু আৰু কিশোৰ কিশোৰিৰ মাজত এলাৰ্জিৰ প্ৰাদুৰ্ভাব প্ৰায় ৫০ শতাংশ বৃদ্ধি পাইছে। এলাৰ্জি সমূহৰ মাজত শ্বাস...
হিমাট’স্পাৰ্মিয়া কি আৰু কিয় হ’য় ?

হিমাট’স্পাৰ্মিয়া কি আৰু কিয় হ’য় ?

হিমাট’স্পাৰ্মিয়া ( Haematospermia )মানে হ’ল বীৰ্যৰ লগত তেজ যোৱা এক অবস্থা। অৱশ্যে শুনিবলৈ ই যিমান ভয়লগা বাস্তৱত তেনেকুৱা নহয় । ৫০ বছৰ বয়সৰ তলৰ ব্যক্তিৰ বাবে ই এক সাধাৰণ ঘটনা। বেছিভাগ ক্ষেত্ৰটে ই 2 পৰা ৩ মাহৰ ভিতৰত নিজে নিজেই ঠিক হৈ যায়। অৱশ্যে যদি মানুহজনৰ...