আমেৰিকাত হুপিং কাহৰ ( Whooping Cough) প্ৰকোপ ২০২৩ চনতকৈ এই বছৰ এতিয়ালৈকে চাৰিগুণ বেছি হৈছে।
চিডিচিয়ে( CDC)জনোৱা মতে, ১৪ ছেপ্টেম্বৰলৈকে ১৪,৫৬৯ জন ৰোগী ধৰা পৰিছে, ২০২৩ চনত এই স্ংখ্যা আছিল ৩,৪৭৫ জন