এক নতুন অধ্যয়নত দেখা গৈছে যে নিয়মীয়াকৈ ডাৰ্ক চকলেট সেৱন কৰিলে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা কম হয়। গৱেষণাটোত প্ৰতি সপ্তাহত ১ আউন্সৰ ৫ টা ডাৰ্ক চকলেট খাবলৈ দিয়া হৈছিল আৰু ডায়েবেটিছৰ সম্ভাৱনা ২১ শতাংশ কম হোৱা পৰিল্ক্ষিত হৈছিল। ডাৰ্ক চকলেটৰ দৰে মিল্ক চকলেটৰ ওপৰটো...
আমেৰিকাত হুপিং কাহৰ ( Whooping Cough) প্ৰকোপ ২০২৩ চনতকৈ এই বছৰ এতিয়ালৈকে চাৰিগুণ বেছি হৈছে। চিডিচিয়ে( CDC)জনোৱা মতে, ১৪ ছেপ্টেম্বৰলৈকে ১৪,৫৬৯ জন ৰোগী ধৰা পৰিছে, ২০২৩ চনত এই স্ংখ্যা আছিল ৩,৪৭৫...
অধ্যয়নত দেখা গৈছে যে পৰ্যাপ্ত পৰিমাণে শাৰীৰিক কাৰ্যকলাপ কৰিলে ব্যক্তিৰ হৃদযন্ত্ৰৰ ডাঙৰ বিৰূপ পৰিঘটনা বা major adverse cardiovascular event (MACE)ৰ সম্ভাৱনা কম কৰাত সহায় কৰিব পাৰি। ছিডনী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে লক্ষ্য কৰিছে যে গোটেই দিনটোত মাত্ৰ ১.৫ৰ পৰা ৪ মিনিটৰ...
কেৰলিনস্কা ইনষ্টিটিউটৰ এটা নতুন গবেষণাত দেখা গৈছে যে ভাৰতত দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণৰ ফলত লাখ লাখ লোকৰ মৃত্যু হয়। দ্য লেন্সেট প্লেনেটাৰী হেল্থ নামৰ বিখ্যাত আলচ্নীত প্ৰকাশিত এই গৱেষণাত দেশত বায়ুৰ গুণাগুণ ৰক্ষাৰ বাবে কোঠোৰ নিয়মৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা...
ক’ইম্ব্ৰা বিশ্ববিদ্যালয়ৰ গৱেষকসকল আৰু ইনষ্টিটিউট ফৰ চাইন্টিফিক ইনফৰ্মেচন অন কফিৰ দ্বাৰা কৰা এক নতুন পৰ্যালোচনামূলক অধ্যয়নত কোৱা হৈছে যে নিয়মিতভাৱে কফি খালে এজন ব্যক্তিৰ গড়ে ১.৮ বছৰ আয়ুস...