অধ্যয়নত দেখা গৈছে যে পৰ্যাপ্ত পৰিমাণে শাৰীৰিক কাৰ্যকলাপ কৰিলে ব্যক্তিৰ হৃদযন্ত্ৰৰ ডাঙৰ বিৰূপ পৰিঘটনা বা major adverse cardiovascular event (MACE)ৰ সম্ভাৱনা কম কৰাত সহায় কৰিব পাৰি।
ছিডনী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে লক্ষ্য কৰিছে যে গোটেই দিনটোত মাত্ৰ ১.৫ৰ পৰা ৪ মিনিটৰ সৰু সৰু  উচ্চ তীব্ৰতাসম্পন্ন ব্যায়ামৰ ফলত ব্যক্তিৰ MACEৰ আশংকা য্থেস্থ্য হ্ৰাস পাব পাৰে।
পুৰুষ অংশগ্ৰহণকাৰীৰ তুলনাত মহিলা অংশগ্ৰহণকাৰীৰ ক্ষেত্ৰত অধিক বেছি ভাল ফলাফল দেখা গৈছিল।

Please follow and like us:
Pin Share
Follow by Email
YouTube
URL has been copied successfully!