নিজৰ যত্ন ল’বলৈ বহুমুখী পদ্ধতিৰ প্ৰয়োজন: মগজু, হৃদযন্ত্ৰ আৰু বিপাকীয় স্বাস্থ্য। ২০২৪ চনৰ গৱেষণাই আমাক যি দেখুৱাইছে সেয়া হ’ল এই ক্ষেত্ৰসমূহত আমাৰ স্বাস্থ্য উন্নত কৰাটো তিনিটা মূল কাৰকৰ ওপৰত নিৰ্ভৰশীল: টোপনি, খাদ্য আৰু ব্যায়াম। কিন্তু এই উদ্দেশ্যেৰে কেনেকৈ কোনোবাই...
২০২৪ চন ২০২৫ চনলৈ গতি কৰাৰ লগে লগে সংকল্পসমূহৰ উন্মেষ ঘটে। ব্যক্তিসকলে প্ৰায়ে অধিক ব্যায়াম কৰাৰ, স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাৰ বা নতুন দক্ষতা শিকাৰ সিদ্ধান্ত লয়। কিন্তু সকলোৱা পাহৰি যায় টোপনিৰ গুৰুত্ত। ২০২৫ চনত জীৱনৰ সহজ, অৰ্থপূৰ্ণ দিশবোৰক আকোৱালি লৈ আত্ম-যত্নক...
এটা নতুন অধ্যয়নত দেখা গৈছে যে দৈনিক ৫,০০০ বা তাতকৈ অধিক খোজ খোজ কাঢ়িলে হতাশাৰ লক্ষণ কম যথেস্থ কম হ’য়। মানসিক স্বাস্থ্যৰ বাবে অধিক উন্ন্ত হোৱা দেখা গৈছিল যেতিয়া মানুহে দিনটোত কমেও ৭৫০০ খোজ খোজ কাঢ়িছিল। কিছুমান লোকে দিনটোত মাত্ৰ ১০০০ খোজ দিলেই যথেস্থ মানহিক আনন্দ...
লুইজিয়ানাত ৰিপ’ৰ্ট কৰা প্ৰথমটো গুৰুতৰ আমেৰিকান বাৰ্ড ফ্লুৰ ৰোগীয়ে মানুহৰ সংক্ৰমণত সহায়ক হ’ব পৰা মিউটেচনৰ কথা উন্মোচন কৰিছে। বিশেষজ্ঞসকলে সম্ভাৱ্য বিপদৰ বিষয়ে সতৰ্ক কৰি দিছে কাৰণ এইচ ৫এন১ মানুহৰ লগত খাপ খাই পৰে, কিন্তু চিডিচিয়ে নিশ্চিত কৰিছে যে ব্যক্তিৰ পৰা...
বিস্ব স্বাস্থ্য স্ংস্থাৰ শেহতীয়া প্ৰতিবােদ্ন মতে ভাৰতৰ সাম্গ্ৰিক সফলতাৰ বিপৰীতে অসমত মেলেৰীয়া ৰোগীৰ স্ংখ্যা ২০২৪ চনত বাঢ়িছে আৰু বিগ্ত ৩ বছৰত মেলেৰী্য়াত এজনৰো মৃত্যু নোহোৱাৰ বিপৰীতে ২০২৪ চনত ৪ জ্নৰ মৃত্যু হয়। দেখা গৈছে যে চিৰাং আৰু ওডালগুৰি জিলাত সৰ্বাধিক ৰোগী ধৰা...
এটা নতুন অধ্যয়নত দেখা গৈছে যে বিভিন্ন পৰিমাণৰ কফি আৰু চাহৰ সৈতে নিৰ্দিষ্ট ধৰণৰ মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পোৱাৰ সম্পৰ্ক আছে। প্ৰতিদিনে চাৰি কাপতকৈ অধিক কেফেইনযুক্ত কফি খোৱাৰ সৈতে মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ সম্ভাৱনা ১৭ শতাংশ কম হোৱাৰ দেখা গৈছিল । দৈনিক একাপ...
গবেষক সকলে এক নতুন সহম্তত উপনীত হৈছে যে চুলি সৰা বেছিভাগ প্ৰাপ্তবয়স্ক আৰু কিশোৰৰ বাবে মিনোক্সিডিল বড়ি নিৰাপদ আৰু ফলপ্ৰসূ। কিছুমান হৃদযন্ত্ৰৰ সমস্যাৰ থকা লোকসকলে অৱশ্যে মিইনোক্সিডিল টেবলেট ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ উপদেশ লব...
এক নতুন অধ্যয়নত দেখা গৈছে যে নিয়মীয়াকৈ ডাৰ্ক চকলেট সেৱন কৰিলে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা কম হয়। গৱেষণাটোত প্ৰতি সপ্তাহত ১ আউন্সৰ ৫ টা ডাৰ্ক চকলেট খাবলৈ দিয়া হৈছিল আৰু ডায়েবেটিছৰ সম্ভাৱনা ২১ শতাংশ কম হোৱা পৰিল্ক্ষিত হৈছিল। ডাৰ্ক চকলেটৰ দৰে মিল্ক চকলেটৰ ওপৰটো...
আমেৰিকাত হুপিং কাহৰ ( Whooping Cough) প্ৰকোপ ২০২৩ চনতকৈ এই বছৰ এতিয়ালৈকে চাৰিগুণ বেছি হৈছে। চিডিচিয়ে( CDC)জনোৱা মতে, ১৪ ছেপ্টেম্বৰলৈকে ১৪,৫৬৯ জন ৰোগী ধৰা পৰিছে, ২০২৩ চনত এই স্ংখ্যা আছিল ৩,৪৭৫...
অধ্যয়নত দেখা গৈছে যে পৰ্যাপ্ত পৰিমাণে শাৰীৰিক কাৰ্যকলাপ কৰিলে ব্যক্তিৰ হৃদযন্ত্ৰৰ ডাঙৰ বিৰূপ পৰিঘটনা বা major adverse cardiovascular event (MACE)ৰ সম্ভাৱনা কম কৰাত সহায় কৰিব পাৰি। ছিডনী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে লক্ষ্য কৰিছে যে গোটেই দিনটোত মাত্ৰ ১.৫ৰ পৰা ৪ মিনিটৰ...