বতৰৰ পৰিৱৰ্তনৰ সময়ত ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হোৱাকৈ ১২টা প্ৰতিৰোধৰ পৰামৰ্শ শীতকালৰ পৰা গ্ৰীষ্মলৈ বতৰৰ হঠাৎ পৰিৱৰ্তনে সংক্ৰমণ আৰু ফ্লুৰ দৰে লক্ষণ বৃদ্ধি কৰে। চিকিৎসকে প্ৰকাশ কৰা অনুসৰি ভাইৰেল ফ্লুৰ লক্ষণ, যেনে- মূৰৰ বিষ, জ্বৰ, ডিঙিৰ বিষ, কাহ আৰু নাকৰ পৰা পানী ওলোৱা আদি লক্ষণ দেখা দিছে। বিশেষজ্ঞসকলৰ মতে বতৰৰ হঠাৎ ঠাণ্ডাৰ পৰা উষ্ণ...