শীতকালৰ পৰা গ্ৰীষ্মলৈ বতৰৰ হঠাৎ পৰিৱৰ্তনে সংক্ৰমণ আৰু ফ্লুৰ দৰে লক্ষণ বৃদ্ধি কৰে। চিকিৎসকে প্ৰকাশ কৰা অনুসৰি ভাইৰেল ফ্লুৰ লক্ষণ, যেনে- মূৰৰ বিষ, জ্বৰ, ডিঙিৰ বিষ, কাহ আৰু নাকৰ পৰা পানী ওলোৱা আদি লক্ষণ দেখা দিছে। বিশেষজ্ঞসকলৰ মতে বতৰৰ হঠাৎ ঠাণ্ডাৰ পৰা উষ্ণ...