ভাৰতৰ বিজ্ঞানীসকলে গুৰুতৰ হিমোফিলিয়া এৰ চিকিৎসাৰ বাবে জিন থেৰাপী ব্যৱহাৰ কৰি সফলতা লাভ কৰা বুলি প্ৰকাশ কৰিছে, যিটো জিনৰ ত্ৰুটিৰ ফলত হোৱা বিৰল বংশগত এক ৰোগ যিয়ে গুৰুতৰ, স্বতঃস্ফূৰ্ত আৰু মাৰাত্মক ৰক্তক্ষৰণৰ সৃষ্টি কৰে।
ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজৰ চেণ্টাৰ ফৰ ষ্টেম চেল ৰিচাৰ্চৰ (চি এছ চি আৰ)য়ে আলোক শ্ৰীবাস্তৱৰ নেতৃত্বত এই পৰীক্ষাটো কৰিছিল আৰু কেন্দ্ৰীয় জৈৱ প্ৰযুক্তি বিভাগে আৰ্থিকভাৱে সহায় কৰিছিল।
আৰু প্ঢ়ক
Trackbacks/Pingbacks