সমাজৰ উজ্জ্বল ছালৰ প্ৰতি থকা আকৰ্ষণৰ কাৰনে ছাল ফেয়াৰনেছ ক্ৰীমৰ ভাৰতত লাভজনক বজাৰ আছে ।অৱশ্যে এই ক্ৰীমসমূহত বৃহৎ পৰিমাণৰ পাৰাৰ দ্বাৰা বৃক্কৰ ক্ষতি হোৱা বুলি জনা যায়। মেডিকেল জাৰ্নেল কিডনী ইণ্টাৰনেশ্যনেলত প্ৰকাশিত এই অধ্যয়নত দেখা গৈছে যে উচ্চ পাৰাযুক্ত ফেয়াৰনেছ...