এক নতুন অধ্যয়নত দেখা গৈছে যে নিয়মীয়াকৈ ডাৰ্ক চকলেট সেৱন কৰিলে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা কম হয়।
গৱেষণাটোত প্ৰতি সপ্তাহত ১ আউন্সৰ ৫ টা ডাৰ্ক চকলেট খাবলৈ দিয়া হৈছিল আৰু ডায়েবেটিছৰ সম্ভাৱনা ২১ শতাংশ কম হোৱা পৰিল্ক্ষিত হৈছিল।
ডাৰ্ক চকলেটৰ দৰে মিল্ক চকলেটৰ ওপৰটো পৰীক্ষা কৰা হৈছিল কিন্তু ইয়াত তেনেধৰনৰ পৰিবৰ্তন দেখা নগল।

 

Please follow and like us:
Pin Share
Follow by Email
YouTube
URL has been copied successfully!