এক নতুন অধ্যয়নত দেখা গৈছে যে নিয়মীয়াকৈ ডাৰ্ক চকলেট সেৱন কৰিলে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা কম হয়।
গৱেষণাটোত প্ৰতি সপ্তাহত ১ আউন্সৰ ৫ টা ডাৰ্ক চকলেট খাবলৈ দিয়া হৈছিল আৰু ডায়েবেটিছৰ সম্ভাৱনা ২১ শতাংশ কম হোৱা পৰিল্ক্ষিত হৈছিল।
ডাৰ্ক চকলেটৰ দৰে মিল্ক চকলেটৰ ওপৰটো পৰীক্ষা কৰা হৈছিল কিন্তু ইয়াত তেনেধৰনৰ পৰিবৰ্তন দেখা নগল।