আমেৰিকা যুক্তৰাস্ত্ৰত বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ মাজত হুপিং কাহ দ্ৰুতগতিত বৃদ্ধি পাইছে

আমেৰিকাত হুপিং কাহৰ ( Whooping Cough) প্ৰকোপ ২০২৩ চনতকৈ এই বছৰ এতিয়ালৈকে চাৰিগুণ বেছি হৈছে। চিডিচিয়ে( CDC)জনোৱা মতে, ১৪ ছেপ্টেম্বৰলৈকে ১৪,৫৬৯ জন ৰোগী ধৰা পৰিছে, ২০২৩ চনত এই স্ংখ্যা আছিল ৩,৪৭৫...

৪ বা ৫ মিনিটৰ তীব্ৰ ব্যায়ামে হৃদযন্ত্ৰৰ বহু ৰোগৰ পৰা আপোনাক বছাব পাৰে

অধ্যয়নত দেখা গৈছে যে পৰ্যাপ্ত পৰিমাণে শাৰীৰিক কাৰ্যকলাপ কৰিলে ব্যক্তিৰ হৃদযন্ত্ৰৰ ডাঙৰ বিৰূপ পৰিঘটনা বা major adverse cardiovascular event (MACE)ৰ সম্ভাৱনা কম কৰাত সহায় কৰিব পাৰি। ছিডনী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে লক্ষ্য কৰিছে যে গোটেই দিনটোত মাত্ৰ ১.৫ৰ পৰা ৪ মিনিটৰ...

ভাৰতত বায়ু প্ৰদূষণৰ ফলত লাখ লাখ লোকৰ মৃত্যু হ’য়

কেৰলিনস্কা ইনষ্টিটিউটৰ এটা নতুন গবেষণাত দেখা গৈছে যে ভাৰতত দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণৰ  ফলত লাখ লাখ লোকৰ মৃত্যু হয়। দ্য লেন্সেট প্লেনেটাৰী হেল্থ নামৰ বিখ্যাত আলচ্নীত প্ৰকাশিত এই গৱেষণাত দেশত বায়ুৰ গুণাগুণ ৰক্ষাৰ বাবে কোঠোৰ নিয়মৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা...

কফি খালে গড়ে প্ৰায় ২ বছৰ আয়ুস বৃদ্ধি হয়

ক’ইম্ব্ৰা বিশ্ববিদ্যালয়ৰ গৱেষকসকল আৰু ইনষ্টিটিউট ফৰ চাইন্টিফিক ইনফৰ্মেচন অন কফিৰ  দ্বাৰা কৰা এক নতুন পৰ্যালোচনামূলক অধ্যয়নত কোৱা হৈছে যে নিয়মিতভাৱে কফি খালে এজন ব্যক্তিৰ  গড়ে ১.৮ বছৰ আয়ুস...

ৰাছিয়াই কেন্সাৰৰ ভেকচিন প্ৰস্তুত কৰিছে

বৃহৎ অগ্ৰগতি: ৰাছিয়াই কেন্সাৰ ভেকচিন প্ৰস্তুত কৰিছে, ২০২৫ চনৰ পৰা বিনামূলীয়াকৈ বিতৰণ কৰিব ৰাছিয়ান নাগৰিক সকলক। স্বাস্থ্য মন্ত্ৰালয়ৰ ৰেডিঅ’লজি মেডিকেল ৰিচাৰ্চ চেণ্টাৰৰ মুৰব্বী আন্দ্ৰে কেপ্ৰিনে এই ঘোষণা কৰে। “এই ভেকচিনৰ লক্ষ্য হৈছে টিউমাৰ গঠন ৰোধ কৰাতকৈ কেন্সাৰ ৰোগীৰ...
Follow by Email
YouTube
URL has been copied successfully!