বৃহৎ অগ্ৰগতি: ৰাছিয়াই কেন্সাৰ ভেকচিন প্ৰস্তুত কৰিছে, ২০২৫ চনৰ পৰা বিনামূলীয়াকৈ বিতৰণ কৰিব ৰাছিয়ান নাগৰিক সকলক।
স্বাস্থ্য মন্ত্ৰালয়ৰ ৰেডিঅ’লজি মেডিকেল ৰিচাৰ্চ চেণ্টাৰৰ মুৰব্বী আন্দ্ৰে কেপ্ৰিনে এই ঘোষণা কৰে। “এই ভেকচিনৰ লক্ষ্য হৈছে টিউমাৰ গঠন ৰোধ কৰাতকৈ কেন্সাৰ ৰোগীৰ চিকিৎসা কৰা,” কাপ্ৰে