চুলি সৰা সম্স্যাৰ বাবে Minoxidil টেবলেট

গবেষক সকলে এক নতুন সহম্তত উপনীত হৈছে যে চুলি সৰা বেছিভাগ প্ৰাপ্তবয়স্ক আৰু কিশোৰৰ বাবে মিনোক্সিডিল বড়ি নিৰাপদ আৰু ফলপ্ৰসূ। কিছুমান হৃদযন্ত্ৰৰ সমস্যাৰ  থকা লোকসকলে অৱশ্যে  মিইনোক্সিডিল টেবলেট ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ উপদেশ লব...
ডাৰ্ক চকলেটে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা কম কৰিব পাৰে

ডাৰ্ক চকলেটে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা কম কৰিব পাৰে

এক নতুন অধ্যয়নত দেখা গৈছে যে নিয়মীয়াকৈ ডাৰ্ক চকলেট সেৱন কৰিলে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা কম হয়। গৱেষণাটোত প্ৰতি সপ্তাহত ১ আউন্সৰ ৫ টা ডাৰ্ক চকলেট খাবলৈ দিয়া হৈছিল আৰু ডায়েবেটিছৰ সম্ভাৱনা ২১ শতাংশ কম হোৱা পৰিল্ক্ষিত হৈছিল। ডাৰ্ক চকলেটৰ দৰে মিল্ক চকলেটৰ ওপৰটো...

আমেৰিকা যুক্তৰাস্ত্ৰত বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ মাজত হুপিং কাহ দ্ৰুতগতিত বৃদ্ধি পাইছে

আমেৰিকাত হুপিং কাহৰ ( Whooping Cough) প্ৰকোপ ২০২৩ চনতকৈ এই বছৰ এতিয়ালৈকে চাৰিগুণ বেছি হৈছে। চিডিচিয়ে( CDC)জনোৱা মতে, ১৪ ছেপ্টেম্বৰলৈকে ১৪,৫৬৯ জন ৰোগী ধৰা পৰিছে, ২০২৩ চনত এই স্ংখ্যা আছিল ৩,৪৭৫...

৪ বা ৫ মিনিটৰ তীব্ৰ ব্যায়ামে হৃদযন্ত্ৰৰ বহু ৰোগৰ পৰা আপোনাক বছাব পাৰে

অধ্যয়নত দেখা গৈছে যে পৰ্যাপ্ত পৰিমাণে শাৰীৰিক কাৰ্যকলাপ কৰিলে ব্যক্তিৰ হৃদযন্ত্ৰৰ ডাঙৰ বিৰূপ পৰিঘটনা বা major adverse cardiovascular event (MACE)ৰ সম্ভাৱনা কম কৰাত সহায় কৰিব পাৰি। ছিডনী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে লক্ষ্য কৰিছে যে গোটেই দিনটোত মাত্ৰ ১.৫ৰ পৰা ৪ মিনিটৰ...

ভাৰতত বায়ু প্ৰদূষণৰ ফলত লাখ লাখ লোকৰ মৃত্যু হ’য়

কেৰলিনস্কা ইনষ্টিটিউটৰ এটা নতুন গবেষণাত দেখা গৈছে যে ভাৰতত দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণৰ  ফলত লাখ লাখ লোকৰ মৃত্যু হয়। দ্য লেন্সেট প্লেনেটাৰী হেল্থ নামৰ বিখ্যাত আলচ্নীত প্ৰকাশিত এই গৱেষণাত দেশত বায়ুৰ গুণাগুণ ৰক্ষাৰ বাবে কোঠোৰ নিয়মৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা...
Follow by Email
YouTube
URL has been copied successfully!