চুলি সৰা সম্স্যাৰ বাবে Minoxidil টেবলেট Spread the loveগবেষক সকলে এক নতুন সহম্তত উপনীত হৈছে যে চুলি সৰা বেছিভাগ প্ৰাপ্তবয়স্ক আৰু কিশোৰৰ বাবে মিনোক্সিডিল বড়ি নিৰাপদ আৰু ফলপ্ৰসূ। কিছুমান হৃদযন্ত্ৰৰ সমস্যাৰ থকা লোকসকলে অৱশ্যে মিইনোক্সিডিল টেবলেট ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ উপদেশ লব লাগে। Submit a Comment Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment.