বিস্ব স্বাস্থ্য স্ংস্থাৰ শেহতীয়া প্ৰতিবােদ্ন মতে ভাৰতৰ সাম্গ্ৰিক সফলতাৰ বিপৰীতে অসমত মেলেৰীয়া ৰোগীৰ স্ংখ্যা ২০২৪ চনত বাঢ়িছে আৰু বিগ্ত ৩ বছৰত মেলেৰী্য়াত এজনৰো মৃত্যু নোহোৱাৰ বিপৰীতে ২০২৪ চনত ৪ জ্নৰ মৃত্যু হয়। দেখা গৈছে যে চিৰাং আৰু ওডালগুৰি জিলাত সৰ্বাধিক ৰোগী ধৰা পৰিছে।